Posted inঅসম

ৰাধা-কৃষ্ণ এইবাৰ দুটা ড’জ লৈহে ৰাসলৈ আহিব

নিউজ ডেস্ক: ক’ভিডক নেওচি মাজুলীৰ লগতে ৰাসৰ প্ৰস্তুতি চলিছে ৰাজ্যত । পাঁচ সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ে বিনা বাধাই চলালে নিৰ্বাচনী প্ৰচাৰ, হাজাৰ হাজাৰ লোকৰ সমাগম । কিন্তু আগন্তুক ৰাসৰ ক্ষেত্ৰত আকৌ কঠোৰ হোৱাৰ কথা কৈছে ৰাজ্য প্ৰশাসনে । ৰাজনৈতিক দলৰ নেতাৰ অবাধ লীলা কিন্তু শ্ৰী কৃষ্ণ গোপীসবে লীলা কৰিবলৈ হ’লে ক’ভিড ভেকচিন […]