Posted inঅসম

নিমাতীঘাটৰ নাও দূৰ্ঘটনাৰ তদন্ত কোন দিশে

নিউজ ডেস্ক: চিৰাচৰিত নিয়ম অনুসৰি নিমাতিৰ ভয়ংকৰ দূৰ্ঘটনাৰ তদন্ত আগবাঢ়িছে। যি গৰাকী শাখা বিষয়াৰ অধীনত ইমানদিনে ঘাটতো চলি আহিছে তাৰ বিপৰীতে তেও নিৰ্দেশত চলা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনক ধৰি আগবাঢ়িছে তদন্ত ।শেহতীয়াকৈ দূৰ্ঘটনাগ্ৰস্থ নাওখনৰ মালিক মাজুলীৰ পানীৰাম কলিতা আৰক্ষীৰ জালত পৰিছে । মাল কঢ়িওৱা মজদুৰে প্ৰথম দিনা নাও চলাবলৈ যোৱাৰ পৰিণতি আছিল নিমাতীঘাটৰ দুৰ্ঘটনা। […]