Posted inৰাজনীতি

মাজুলী উপ-নিৰ্বাচন; ৭ মাৰ্চত স্থানীয় বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক: আগন্তুক মাজুলী উপ-নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে বিধানসভা সমষ্টিটোত অহা ৭ মাৰ্চত কৰ্মচাৰীসকলৰ বাবে ছুটী ঘোষণা কৰিছে। সোমবাৰে এই সম্পৰ্কে এই জাননী জাৰি কৰা হয়। চৰকাৰী চাকৰিয়ালসকলৰ উপৰি ভোটদানৰ দিনা সমষ্টিটোত থকা সকলো শিক্ষা প্ৰতিষ্ঠান, ফেক্টৰি, চাহ বাগিচা, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা আন বিত্তিয় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। উল্লেখযোগ্য যে অহা ৭ মাৰ্চত অনুষ্ঠিত […]