Posted inঅসম

অতি সোনকালেই সুস্থ হৈ উঠক ভাস্কৰ: মুখ্যমন্ত্ৰীলৈ পিতৃ-মাতৃৰ মুকলি চিঠি

মাজুলীঃ এটি বিশেষভাৱে সক্ষম শিশু। মাজুলীৰ শ্ৰীৰাম দেৱত্তৰ গাঁৱৰ শিশুটিৰ নাম ভাস্কৰজ্যোতি পেগু। সৰুৰপৰা বিশেষভাৱে সক্ষম ভাস্কৰৰ সক্ষমতা দূৰ কৰিবলৈ কৰিবলগীয়া অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন লক্ষাধিক টকাৰ। ঘৰৰ সকলো সা-সম্পত্তি, মাটি-বাৰী বিক্ৰী কৰি ভাস্কৰৰ চিকিৎসা কৰিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ভাস্কৰ। ভাস্কৰ সুস্থ হ’বলৈ প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। সেয়ে ভাস্কৰৰ সুস্থতাৰ বাবে মুখ্যমন্ত্ৰীলৈ […]