নিউজ ডেস্কঃ ৰাজ্যত আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ ৰাজ্যখনৰ মুঠ ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব পৰীক্ষাত। ৰাজ্যখনৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। সলনি কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ নিয়ম। এইবাৰ প্ৰশ্ন কাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ আৰু বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। অৰ্থাৎ পৰীক্ষাৰ্থীয়ে […]