মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ মাকুমত ব্যক্তি সন্ধানহীন। মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰস্থিত ৰাজেশ কালুবাৰ(৪৫) নামৰ বিবাহিত ব্যক্তিজন ২৬ ডিচেম্বৰ পৰা সন্ধানহীন হৈ আছে। পুৱা ৯ বাজি ৩০ মিনিটত নিজ গৃহৰ পৰা পাইনাৰমিলৰ ফালে ওলাই গৈছিল ব্যক্তি গৰাকী। পৰিয়ালৰ লোকে ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মূহুৰ্ত্বলৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ব্যক্তি গৰাকীৰ। লগতে […]