Posted inNews

মালালা : তালিবানৰ গুলীত আহত হোৱাৰ পৰা নোবেল বঁটালৈ

নিউজ ডেস্ক : আজি আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস। ১২ জুলাইৰ দিনটো বিশ্ববাসীয়ে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰে। ১২ জুলাইৰ দিনটো মালালা ইউছুফজাইৰ জন্মদিন বাবেই এই দিনটো আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস হিচাপে পালন কৰা হয়। পাকিস্তানৰ শিক্ষাকর্মী মালালা ইউছুফজাই মহিলা সকলৰ শিক্ষাৰ বাবে মাত মাতি তালিবানৰ গুলীৰ চিকাৰ হৈছিল। তালিবানৰ গুলীত আহত হোৱা আৰু কম বয়সতে নোবেল […]