নিউজ ডেস্ক: মালদ্বীপৰ ৰাজধানী মে’ল (Male)-ত বিদেশী শ্ৰমিকে বাস কৰা এক এলেকাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত ১০ লোকৰ মৃত্যু হৈছে, ইয়াৰে ৭ জন ভাৰতীয় শ্ৰমিক। শুকুৰবাৰে দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে জানিবলৈ দিয়ে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি মাজনিশা ১২.৩০ বজাত ৰাজধানী চহৰখনৰ Maaveyo মছজিদৰ সমীপত থকা এটা গেৰেজত উক্ত অগ্নিকাণ্ড […]