Posted inঅসম

মালিগাঁৱত দিন-দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণত আহত এজন

গুৱাহাটীঃ মালিগাঁৱৰ বড়িপাৰাত চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। চোকা অস্ত্ৰৰে চাৰিজনীয়া দুৰ্বৃত্তই আক্ৰমণ কৰে অৰূপ কুমাৰ নামৰ লোকজনক। চাৰিচকীয়া বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীথানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী পৰিয়ালে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। লগতে পঢ়কঃঢকুৱাখনাত কোলাত কেঁচুৱা, হাতত বাঁহ লৈ গাঁৱৰ মহিলাই সাজি উলিয়ালে দলং