নিউজ ডেস্কঃ বছৰটোৰ শেষত গুজৰাট আৰু হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অৱশ্যে, সকলো ৰাজনৈতিক দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত চকু ৰাখিছে। কংগ্ৰেছৰ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মঙলবাৰে হায়দৰাবাদত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত এখন অ-বিজেপি চৰকাৰ গঠন কৰা হ’ব। খাৰ্গেৰ মন্তব্যই […]