নিউজ ডেস্কঃ এতিয়া পলে পলে সলনি হৈছে ভাৰতৰ ৰাজনীতি। যি সময়ত বিৰোধী দল সমূহে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে মানিবলৈ বিচাৰা নাছিল এতিয়া সেই দলসমূহে কংগ্ৰেছ যুৱৰাজৰ হৈ মাত মাতিছে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ কেৱল মাত্ৰ এটা বা দুটা দলেই নহয় সমগ্ৰ ভাৰতৰ বিৰোধী দলে এতিয়া এক গোট হোৱা দেখা গৈছে। ৰাহুল গান্ধীৰ […]