Posted inঅসম

তেজপুৰত কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱ

তেজপুৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে শনিবাৰে নিশা তেজপুৰ নগৰত সন্ত্ৰাসৰ সৃষ্টি কৰে। বন বিভাগৰ লোকে জনোৱা মতে ব্ৰহ্মপুত্ৰ পাৰ হৈ অহা হাতীটোৱে শনিবাৰে নিশা তেজপুৰ নগৰত প্ৰৱেশ কৰি কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে। হাতীটোৱে প্ৰথমতে নগৰখনৰ চান্দমাৰি অঞ্চলত খাদ্যৰ সন্ধানত এঘৰ লোকৰ পাকঘৰত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে বুলি বন বিভাগে […]