Posted inNews

১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক: বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰৰ দৰে এই বছৰো দেশী-বিদেশী পৰ্যটকৰ বাবে অহা ১৫ মে’ৰ পৰা বন্ধ কৰা সিন্ধান্ত গ্ৰহন কৰিছে উদ্যানখনৰ কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে এক জাননী যোগে এই কথা সদৰি কৰিছে। বাৰিষাৰ ফলত বেঁকী নৈৰ পানী হ্ৰাস-বৃদ্ধি হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি […]