Posted inঅসম

অসমৰ ৰাষ্ট্ৰীয় উদ্যানত দহ বছৰত তিনি গুণ বৃদ্ধি পালে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা

গুৱাহাটী : দেশজুৰি মাৰাত্মক ক’ভিডৰ সংহাৰ অব্যাহত থকাৰ মাজতে এটা ভাল খবৰ। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। মানস ৰাষ্ট্ৰীয় উদ্যানত দহ বছৰত তিনি গুণ বৃদ্ধি পাইছে ঢেঁকীয়াপতিয়া বাঘৰ সংখ্যা। বৰ্তমান মানস ৰাষ্ট্ৰীয় উদ্যানত ৪৫ টাকৈ ঢেঁকীয়াপতিয়া বাঘ থকা বুলি জানিব পৰা গৈছে। উদ্যানখনত ঢেঁকীয়াপতিয়া বাঘৰ লগতে অন্যান্য বন্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি পাইছে […]