Posted inNews

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰীত আটক এজন চোৰাং চিকাৰী

মানাহ : মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী শিবিৰৰ অধিনৰ কাহিতামা বীটৰ অন্তৰ্গত কাঠপুৰাৰত আটক এজন চোৰাং চিকাৰী। বাঁহবাৰী শিবিৰৰ সহকাৰী বন বিষয়া অলকেশ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে আটক কৰে চোৰাং চিকৰী এজনক। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বন বিভাগৰ দলটোৱে চোৰাং চিকৰীজনক আটক কৰে। চোৰাং চিকৰীজনকৰ নাম নিৰন […]