ৰাজ্যত ক’ভিড-১৯ সংক্ৰমণ পুনৰ ভয়াবহ ৰূপ লোৱাৰ দিশে গতি কৰাৰ সময়ত ৰাজ্য চৰকাৰে বিহু অনুষ্ঠানৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। চৰকাৰৰ ‘SOP’ অনুসৰি নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান।এই নিৰ্দেশৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে শিল্পী মানস ৰবীনে ৷ বৃহস্পতিবাৰে বৰপেটা পৌৰসভা খেলপথাৰত আয়োজিত অনুষ্ঠানত গীত পৰিবেশন কৰা মানস ৰবীন মন্তব্য,যদিহে ক’ভিডৰ সংক্ৰমণ ব্যাপকভাবে বৃদ্ধি […]