Posted inঅসম

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ভাটি ঝগৰাৰচৰত মাটিৰ তলৰ পৰা উদ্ধাৰ ট্রাং ভৰ্তি গাঞ্জা

মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ভাটি ঝগৰাৰচৰ গাঁৱত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। উল্লেখযোগ্য যে মানকাচৰ আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত গাঁও খনৰ ছাফিৰ উদ্দীনৰ পুত্ৰ কাচ্চু মিয়াৰ ঘৰত মানকাচৰ ৪৮ এ […]