মানকাচৰ: দীৰ্ঘদিন ধৰি মানকাচৰৰ পৰা বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ হৈ থকা ব’ল্ডাৰৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাইজৰ সহযোগত আছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।মানকাচৰৰ Import-Export Association ৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীএছ’চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনৰ নেতৃত্বত চলি আহিছে এই ছিণ্ডিকেট । প্ৰতিখন অভাৰ লোড ট্ৰাক বাংলাদেশলৈ পঠিওৱাৰ নামত সংগ্ৰহ কৰে ৩৫০০ৰ পৰা ৪০০০ কৈ টকা সংগ্ৰহ কৰাৰ […]