Posted inNews

মানকাচৰত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

মানকাচৰ : মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে মানকাচৰৰ সোনাপুৰস্থিত প্ৰগতি এম ই স্কুলত দিনজোৰা কাৰ্যসূচীৰে বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে দেশ স্বাধীনতা লাভ কৰাৰ লগতে ভাৰত-পাকিস্তান বিভাজনৰ বিভীষিকাৰ স্মৃতি সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু নৱ প্ৰজন্মক অৱগত কৰাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ […]