Posted inঅসম

এইবাৰ পঞ্চায়ত সচিবৰ বিৰুদ্ধে চৰকাৰী ঘৰৰ নামত ধন সংগ্ৰহৰ অভিযোগ

চৰকাৰে দুখীয়া দৰিদ্ৰৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে যদিও এই আঁচনি প্ৰবৰ্তনৰ নামত অনিয়ম হোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে | এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহত নামিছে পৰিছে খুদ পঞ্চায়ত সচিবে। জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোসাইডুবী পঞ্চায়তত শেহতীয়াকৈ তেনে অভিযোগ উঠিছে | অঞ্চলটোৰ ৰাইজে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ।পঞ্চায়ত […]