মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবর্তী একমাত্ৰ মহাবিদ্যালয় হ’ল মানকাচৰ মহাবিদ্যালয়। মহাবিদ্যালয় খনত যোৱা এবছৰ ধৰি অধ্যক্ষ প্ৰদীপ কুমাৰ মহাপাত্ৰৰ লগত মহাবিদ্যালয় খনৰে কিছু সংখ্যক শিক্ষাৰ্থী সংঘাতত লিপ্ত হৈ মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ কলুষিত কৰি তুলিছে। শেহতীয়াকৈ মহাবিদ্যালয় খনৰ এগৰাকী ছাত্রীক অধ্যক্ষ গৰাকীয়ে বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি একাংশ শিক্ষাৰ্থীয়ে এক লংকা কাণ্ড সংঘটিত কৰে। […]