Posted inদেশ-বিদেশ

মানকাচৰত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ

মানকাচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আজি পুৱা ৰাজ্যখনৰ ৰাজধানী শ্বিলঙৰ পৰা হেলিকপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত মানকাচৰত আহি উপস্থিত হয়। মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অৱতৰণ কৰি ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হয়। তাৰ পৰা পোনে পোনে ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাৰৰ বেৰ পৰিদৰ্শন কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় সীমান্তৰ সাহাপাৰা গেটেৰে […]