মানকাচৰ: বৰাইৰ আলগা বি এছ এফ কেম্প এলেকাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা এটা গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটোৰ নাম হাবিজুৰ মণ্ডল।কালিৰ দিনটোত সীমান্তত এজন গৰুৰ চোৰাং সৰবৰাহকাৰীৰ মৃত্যু হৈছিল।বাংলাদেশী গৰু সৰবৰাহকাৰীটোৰ নাম ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে বাংলাদেশ সংবাদ মাধ্যমৰ পৰা নিশ্চিত কৰিছে। BSF য়ে BGB ক ফ্লেগ মিটিং যোগে গৰু সৰবৰাহকাৰী নিহত হোৱাৰ খবৰ […]