Posted inদেশ-বিদেশ

২বছৰীয়া সন্তানৰ সৈতে টেক্সিৰ ভিতৰতেই দুদিন কটাবলগীয়া হ’ল কৰোনাক্ৰান্ত মহিলা

নিউজ ডেস্কঃ সমগ্ৰ দেশতে কৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এনে সময়তে হিমাচল প্ৰদেশত সংঘটিত হ’ল এক অমানবীয় ঘটনা। হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত কৰোনাত আক্ৰান্ত এগৰাকী মহিলাই স্বামী আৰু দুবছৰীয়া সন্তানৰ সৈতে দুদিন ধৰি ৰাজপথতে এখন টেক্সিৰ ভিতৰতে কটাবলগীয়া হ’ল। কাৰণ মহিলাগৰাকী কৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পাৰি ভাড়াঘৰৰ মালিকে মহিলাগৰাকীৰ লগতে গোটেই পৰিয়ালটোকে ভাৰাঘৰত থকাৰ […]