Posted inঅসম

মঙলদৈ প্ৰফুল্ল নগৰৰ ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন

মঙলদৈঃ মঙলদৈ প্ৰফুল্ল নগৰৰ ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন। ইংৰাজী ১৯৯৫ চনতে আৰম্ভ কৰা পাৰিজাতখনে ইতিমধ্যে গৌৰৱ উজ্জ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিছে। সেয়েহে অহা ১৫ আৰু ১৬ মে’ ২০২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৰূপকোঁৱৰ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী উৎসৱ। ৰূপালী জয়ন্তী উৎসৱৰ প্ৰথম দিনা ৰাতিপুৱা ৭-০০বজাত পৰিৱেশ নিকাকৰন কাৰ্যসূচী ৰূপায়ন কৰা […]