গুৱাহাটী : আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে সন্ধিয়াৰ ভাগত মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া থানাতে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰাত আৰক্ষী বিষয়া গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়। […]