Posted inNews

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তথা ৰাজ্যিক বিজ্ঞান মেলাত উজ্বলিল মঙলদৈ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উজ্বলিল মঙলদৈ ৰাজ্যিক পৰ্যায়ৰ ৩০ তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তথা ৰাজ্যিক বিজ্ঞান মেলা পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত‌ ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰ, ২০২২ লৈ অনুষ্ঠিত হৈ যায়। এই সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিশু সকলে মুঠ ২৭১ টা বিজ্ঞান প্ৰকল্প উপস্থাপন কৰে। ইয়াতে […]