Posted inNews

অৰুণোদয় কেলেংকাৰী: ধনৰ বিনিময়ত তালিকাত নিজৰ পছন্দৰ লোকৰ নাম অন্তৰ্ভূক্তি

নিউজ ডেস্ক: অৰুণোদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰী। এইবাৰ এই আঁচনিৰ নামত কেলেংকাৰীৰ অভিযোগ আনিলে খোদ শাসকীয় দলৰ ছিপাঝাৰৰ বিধায়কৰ পৰমানন্দ ৰাজবংশীয়ে। অৰুণোদয় বঞ্চিত একাংশ মহিলাৰ হৈ উত্তৰ বিচাৰি বিধায়ক পৰমানন্দ ৰাজবংশী মঙ্গলবাৰে উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালযত। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ তোলে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। মঙ্গলবাৰে আবেলি […]