বুধবাৰে পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মাণিক সাহাই। তেওঁৰ লগত আৰু আঠগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে। লগতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ […]
Tag: Manik Saha
Posted inউত্তৰ-পূৱ