Posted inক্ৰীড়া

মেৰীকম, সিন্ধুৰ জয়ে সম্ভাবনা আনিলে তৃতীয় দিনত

জয়েৰে অলিম্পিকত যাত্ৰা আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে।মহিলা ছিংগলছ শাখাত ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে পি ভি সিন্ধুয়ে।২৯মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত এই জয় লাভ কৰে পি ভি সিন্ধুয়ে।পৰৱৰ্তীখেল খন পি ভি সিন্ধু মুখামুখি হ’ব হংকঙৰ এনগানৰ সৈতে।২৭ জুলাইত অনুষ্ঠিত হব এই খেল। টকিঅ অলিম্পিকত অপ্ৰতিৰোধ্য মেৰী কম।প্ৰথমখন মেচত জয়লাভ কৰিছে মেৰী কমে।প্ৰতিদ্বন্দ্বী ডমিনিকান ৰিপাব্লিকৰ […]