Posted inNews

আই আৰু মানাহ নৈৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাইছে

মাণিকপুৰ : বিগত কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত আই আৰু মানাহ নৈৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাইছে। আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল।আই আৰু মানাহ নৈৰ পানীয়ে বুৰাই পেলাইছে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধ শতাধিক ৰাজহ গাঁও। মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত লুংঝাৰ, ১ আৰু ২ নং ধুপুৰী, নোৱাপাৰা, […]