মণিপুৰ বিধানসভাত শাসকৰ স্থানত কোন বঢ়িব , বিৰোধীত কোন সেই ছবি এতিয়াও এতিয়াও স্পষ্ট নহয়১০ মাৰ্চত ঘোষণা হ’ব ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মনিপুৰ বিধানসভাৰ ৬০খন আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ এক্সিট প’ল প্ৰকাশ হৈছে৷ এক্সিট প’লে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে৷ দেশৰ বহুকেইটা আগশাৰীৰ সমীক্ষাই এই তথ্য প্ৰকাশ কৰিছে […]