Posted inৰাজনীতি

আজি ঘোষণা হ’ব মণিপুৰকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল

নিউজ ডেস্ক: আজি ঘোষণা কৰা হ’ব মণিপুৰকে ধৰি পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে মণিপুৰ, উত্তৰ প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। পাঁচখন ৰাজ্যতে পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। নিৰ্বাচন আয়োগৰ বিভাগীয় ৱেবছাইটত ৮ বজাৰ পৰা ভোটগণনাৰ ট্ৰেণ্ড আৰম্ভ হ’ব। প্ৰথম সময়ছোৱাত বেলট […]