নিউজ ডেস্ক: পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ ছুৰাচান্দপুৰ। মণিপুৰত ৫ দিনৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। সমগ্ৰ মণিপুৰত এতিয়া সেনাৰ ফ্লেগমাৰ্চ। ক্ষতিগ্ৰস্ত লোকক আশ্ৰয় দিছে সেনাই। ৭৫০০তকৈও অধিক নাগৰিকক নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে ভাৰতীয় সেনা, অসম ৰাইফলছৰ অভিযান অব্যাহত আছে। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পিছত চুৰাচান্দপুৰ জিলাৰ টৰবুং […]