নিউজ ডেস্ক: মণিপুৰৰ ননী জিলাত যোৱা মাহত সংঘটিত ভূমিস্খলনত প্ৰাণ হেৰুওৱা অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে অসমৰ পৰা যোৱা আন ৬জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সোমবাৰে ভূমিস্খলন সংঘটিত হোৱাৰ সময়ত টুপুল ৰে’লৱে ষ্টেশ্যনৰ নিৰ্মাণস্থলীত শ্ৰমিক হিচাপে নিয়োজিত মৰিগাঁও জিলাৰ দুজন লোকৰ মৃতদেহ কৰা হয় বুলি আজি এগৰাকী বিষয়াই এই কথা জানিবলৈ […]