Posted inNews

মণিপুৰৰ হিংসাত তিনিজন লোকক গুলীয়াই হত্যা আৰু এজনক শিৰচ্ছেদ কৰি হত্যা

নিউজ ডেস্কঃ ৩ মে’ৰ পৰা মণিপুৰত কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজত হিংসা অব্যাহত আছে। এনে হিংসাৰ মাজতেই দেওবাৰে ৰাতিপুৱা, বিষ্ণুপুৰ-চুৰাচান্দপুৰ সীমান্তত দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত পুনৰ সংঘৰ্ষ হয়। হিংসাত তিনিজন লোকক গুলীয়াই হত্যা কৰা হয় আৰু চতুৰ্থজনৰ শিৰচ্ছেদ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, ইম্ফলৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈত দক্ষিণ-পূবত নিশা গোলাবৰ্ষণত […]