Posted inউত্তৰ-পূৱ

মণিপুৰৰ kamjongত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা

নিউজ ডেস্কঃ Chassad Battalionৰ আছাম ৰাইফলছে শনিবাৰে মণিপুৰৰ kamjong জিলাৰ Chassadত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা ধ্বংস কৰে। আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি kamjongত চলি থকা খনন কাৰ্যৰ সময়ত স্থানীয় ৰাইজে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমাটো উদ্ধাৰ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে আছাম ৰাইফলছৰ সৈন্যই স্থানীয় আৰক্ষীৰ সহযোগত বোমাটো নিৰাপদে জনবসতিপূৰ্ণ অঞ্চলটোৰ পৰা আঁতৰাই ধ্বংস কৰাৰ বাবে […]