নিউজ ডেস্ক: মণিপুৰৰ ১১ গৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী ক্ৰীড়াবিদে ঘূৰাই দিব বঁটা৷ ক্ৰীড়াবিদকেইগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ মণিপুৰৰ কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে সেনাই অপাৰেশ্যন স্তব্ধ কৰাত ক্ষোভিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ক্ৰীড়াবিদকেইগৰাকীয়ে এই সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে এক সংবাদমেলৰ জৰিয়তে৷ ৰাষ্ট্ৰীয় বঁটা […]