নিউজ ডেস্ক- গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত সপ্তাহজোৰা দিব্য কলা মেলা ২০২৩ৰ দ্বিতীয় দিনটোত দিব্য কলা শক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই। দিব্য কলা মেলাৰ আয়োজন কৰিছে প্ৰতিবন্ধী ব্যক্তি(দিব্যাংগজন)ৰ সবলীকৰণ বিভাগে। সন্ধিয়া অনুষ্ঠিত উক্ত অনুষ্ঠানটোত মন্ত্ৰীদ্বয়ে উপস্থিত […]