Posted inঅসম

আঞ্চলিকতাবাদী চোলা খুলি কংগ্ৰেছী হ’ল মনজিৎ মহন্ত

নিউজ ডেস্কঃ কংগ্ৰেছত যোগদান কৰিলে কেইবাগৰাকীও নেতাই। ৰাজীৱ ভৱনত দলটোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈছে যোগদান অনুষ্ঠান। কংগ্ৰেছত যোগদান কৰিলে আঞ্চলিক গণ মৰ্চাৰ প্ৰতিষ্ঠাপক মনজিৎ মহন্তই। আঞ্চলিকতাৰ ধ্বজা উৰুৱাই যোৱা সময়চোৱাত সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে মিলি আঞ্চলিক গণ মৰ্চাৰ জন্ম দিয়া মহন্তই আনুষ্ঠানিক ভাবে কংগ্ৰেছী হ’ল। অৱশ্যে যোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ […]