Posted inNews

ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ

মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ। মানকাচস্থিত ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাইজক কৰমৰ্দন কৰি অভিনন্দন কৰি উৎসাহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত মানকাচৰ আহি উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰথমে […]