মানকাচৰ : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। মানকাচৰৰ তেলিপাৰাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। মানকাচৰৰ এইচ এম ৰোডৰ পৰা তেলিপাৰা হৈ উৰামাৰীলৈ যোৱা পথটি আৰু আৰ চি চি দলং নিৰ্মাণৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন […]