নিউজ ডেস্ক : প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটিছে। যোৱা দুদিন ধৰি জ্বৰত ভুগি থকা সিঙক বুধবাৰে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনছুখ মান্দব্য এইমছত উপস্থিত হৈ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। অৱশ্যে বৰ্তমান ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি এইমছৰ এগৰাকী চিকিৎসকে জানিবলৈ […]