Posted inদেশ-বিদেশ

প্ৰাক্তণ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং ক’ভিড পজিটিভ

নিউজ ডেস্কঃ দেশত জটিলৰ পৰা জটিল হৈ পৰিছে ক’ভিড পৰিস্থিতি। প্ৰাক্তণ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং ক’ভিড পজিটিভ । ততাতৈয়াকৈ এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তণ প্ৰধানমন্ত্ৰী গৰাকীক। যোৱা বছৰ বুকুৰ সমস্যাৰ বাবে এইমছত চিকিৎসাধীন হৈছিল প্ৰাক্তণ প্ৰধানমন্ত্ৰী গৰাকী। বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় ২লাখ ৭৩ হাজাৰ ৮১০জন লোক। শেহতীয়াকৈ কৰোনাত একেদিনাই প্ৰাণ হেৰুৱাইছে ১৬১৯জন […]