Posted inNews

মোডীৰ “মন কী বাত” নুশুনাৰ বাবে শিক্ষার্থীক বিহা হৈছে জৰিমনা

নিউজ ডেস্ক: ‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবেই শিক্ষাৰ্থীক বিহা হৈছে জৰিমনা। উত্তৰাখণ্ডৰ ডেৰাডুনৰ নিৰঞ্জনপুৰস্থিত “জি আৰ ডি একাডেমী”য়ে যোৱা ৩০ এপ্রিলত প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবেই শিক্ষার্থীক বিহা হৈছে জৰিমনা। প্ৰাপ্ত তথ্য অনুসৰি, বিদ্যালয়খনত প্রধানমন্ত্ৰীৰ ১০০ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান শুনাৰ বাবে উপস্থিত নোহোৱা শিক্ষার্থীসকলক এশ টকাকৈ জৰিমনা […]