নিউজ ডেস্ক– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্ট ভ্ৰমণ কৰি ‘জন শক্তিঃ এ কালেক্টিভ পাৱাৰ’ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান মন কী বাতৰ ১০০ তম খণ্ড উপলক্ষে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। প্ৰদৰ্শনীখনে ভাৰতৰ শৈল্পিক বৈচিত্ৰ্য উদযাপন কৰিছে আৰু মন কী বাতত আলোকপাত কৰা বিষয়বস্তুৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। […]