Posted inঅসম

গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

মনোজ কুমাৰ গোস্বামীলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান। “ভুল সত্য” শীৰ্ষক গ্ৰন্থখনিৰ বাবে প্ৰদান কৰা হয় এই বঁটা ।     ১৯৬২ চনত নগাওঁত জন্ম গ্ৰহণ কৰা গল্পকাৰ গোস্বামীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল পদাৰ্থ বিজ্ঞান বিভাগত। অসম আন্দোলনৰ পূৰ্বে পদাৰ্থ বিজ্ঞান […]