Posted inঅসম

পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ প্ৰচেষ্টাত বহু যুৱক-যুৱতীয়ে হ’ল স্বাৱলম্বী

গুৱাহাটী : ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত চৌদিশে বহু লোক সংস্থাপনহীন হোৱাৰ সময়তে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ পৰিকল্পনা আৰু প্ৰচেষ্টাত এক ইতিবাচক দিশৰ উন্মোচন হৈছে। ইতিমধ্যে ক’ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছতে মনোজ শইকীয়াৰ তৎপৰতাত নিগমে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি অনুসৰি ঘৰে ঘৰে মাংস উপলব্ধ কৰাৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত মাংসজাত আৰু দুগ্ধজাত সামগ্ৰীৰ […]