Posted inNews

ভাৰতীয় সেনা প্ৰধান মনোজ পাণ্ডেৰ সৈতে বৈঠকত মিলিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক: ৬ জুনত ভাৰতীয় সেনা প্ৰধান মনোজ পাণ্ডেৰ সৈতে বৈঠকত মিলিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। দুদিনীয়া ভ্ৰমণসূচীৰে ৫ জুনত বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়ে আলোচনা কৰে। ইয়াৰোপৰি বাংলাদেশ আৰু ভাৰতীয় […]