Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

মানুষী চিল্লাৰৰ পৰা ‘সংযোগিতা’ৰ ৰূপ দিবলৈ প্ৰয়োজন হৈছিল ২৫গৰাকী মেকআপ আৰ্টিষ্টৰ

নিউজ ডেস্কঃ বলীউডলৈ মানুষী চিল্লাৰৰ অভিষেক। অতি শীঘ্ৰেই অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি ‘পৃথ্বীৰাজ’ত দেখা পোৱা যাব ২০১৭ বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ দখল কৰা মানুষী চিল্লাৰক। মানুষী চিল্লাৰক অক্ষয় কুমাৰৰ বিপৰীতে চিনেমাখনত দেখা যাব।। নিৰ্ভীক আৰু শক্তিশালী ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱন আৰু শৌৰ্য্যৰ ওপৰত আধাৰিত ‘পৃথ্বীৰাজ’, য’ত অক্ষয় কুমাৰে পৃথ্বীৰাজৰ চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে […]