Posted inঅসম

কৰিমগঞ্জত মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত দম্পতীক গ্ৰেপ্তাৰ

শিলচৰ: মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-ই দেওবাৰে কৰিমগঞ্জ জিলাত এহাল দম্পতীক আটক কৰে। এক সূত্ৰৰ পৰা জানিব পৰা মতে দেওবাৰে পুৱা প্ৰায় ৭.১৫ বজাত NIA-ৰ এটা দলে শিলচৰৰ পৰা প্ৰায় ৯০ কিঃমিঃ দূৰত্বত অৱস্থিত কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ সোনিখিৰাত অভিযান চলাই ৰাজু ওৰাং আৰু তেওঁৰ পত্নী পিংকী ওৰাঙক নিজ বাসগৃহৰ পৰা আটক কৰে। […]