Posted inঅসম

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত ৫ হাজাৰ লিটাৰ চোৰাং ডিজেল-পেট্ৰল জব্দ

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চোৰাং তেলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ডিজেল আৰু পেট্ৰল জব্দ কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত মাৰ্ঘেৰিটা আৰু ডিগবৈ আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ চেণ্টাৰ এলেকাত অভিযান চলাই এই অভিযান। চাৰিটাস্থানত চলোৱা এই অভিযানত প্ৰায় পাঁ‌চ হাজাৰ লিটাৰ তেল জব্দ […]