মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ CITU-ৰ ৰাষ্ট্ৰীয় কল মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক ডি ডি ৰামানন্দ সহ ৰাষ্ট্ৰীয় কল মজদুৰ সংঘৰ উত্তৰ পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ সম্পাদক স্বপন ৰয়, সভাপতি প্ৰদীপ ঘোষাল, কাৰ্য্যকৰি সভাপতি সঞ্জীৱ বৰুৱা, উপ সভাপতি দ্বয় মিলন বিশ্বাস, শিবু ৰায়, সম্পাদক ৰূপজ্যোতি নেওগৰ উপস্থিতিত মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ দিহিং গেষ্ট […]