Posted inঅসম

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সম্বৰ্ধনা

টীয়ক, স্মৃতি প্ৰিয়া লাহন: আজি দুপৰীয়া টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াৰ লগতে কাৰ্যালয়ৰ মন্দল, কানুনগো তথা কৰ্মচাৰীসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো বহুতো খিলঞ্জীয়া লোকে ভূমি পট্টা লাভ কৰা নাছিল যদিও শেহতীয়াকৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বসুন্ধৰা […]