Posted inNews

ৰাজ্যত বন্ধ হ’ব বহু বিবাহ

নিউজ ডেস্ক- বহু বিবাহেই হ’ব গৈ আছে কাল। বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হ’ব গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। শৰ্মাই কালি অহা ছমাহৰ ভিতৰত বহু বিবাহ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বিবাহ বন্ধ কৰাৰ বাবে বিশেষজ্ঞ কমিটী গঠন কৰা হ’ব আৰু সেই কমিটীৰ অবিচাতে যাবতীয় ব্যবস্থা লোৱা হ’ব। এই কমিটিখনে মুছলিম […]