Posted inক্ৰীড়া

ৰাজ্যিক পৰ্য্যায়ৰ সমৰকলা প্ৰতিযোগিতাত উজলিল টীয়কৰ কনমাণি অহিৰণ

টীয়ক, স্মৃতি প্ৰিয়া লাহন: বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্য্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে জগদুৱাৰ কাকতি গাঁৱৰ অৰিহণ শইকীয়াই। উল্লেখযোগ্য যে যোৱা ১৭ জুলাইৰ পৰা ২০ জুলাইলৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয় খেলপথাৰত সদৌ অসম টাইকোৱানডো সংস্থাৰ অধীনত তথা বঙাইগাঁও জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত অনুষ্ঠিত ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত ৩৩ […]