Posted inNews

নৱনিৰ্মিত ‘শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান’ ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

নিউজ ডেস্কঃ অতুলনীয় ত্যাগ, সাহস আৰু আত্মবলিদানেৰে ইতিহাস ৰচা অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণৰ কাম চলি থকা ‘শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান’খন মঙলবাৰে অসম চৰকাৰ কেবিনেট মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। লগতে, উদ্যানখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ সবিশেষ বুজ লয় মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শনৰ সময়ছোৱাত যুদ্ধকালীন ক্ষিপ্ৰতাৰে আগন্তুক শ্বহীদ দিৱসৰ পূৰ্বে নিৰ্মাণকাৰ্য […]