মৰাণ: মাঘৰ পহিলা দিনটোত মৰাণত মাৰৱাড়ী যুৱ মঞ্চ মৰাণহাট শাখাৰ উদ্যোগত মৰাণত দৰিদ্ৰলোকৰ মাজত বস্ত্ৰ, খাদ্যবস্তু, দিব্যাংগলোকক হুইল চেয়াৰ, ছাত্ৰ-ছাত্ৰীক স্কুল বেগ আদি বিতৰণ কৰে । উক্ত অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে । মন্ত্ৰী গৰাকীয়ে মাৰৱাড়ী যুৱ মঞ্চৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতৰ দিনটো কল্যাণমুখী […]