গুৱাহাটীঃ মহানগৰীৰ আঠগাঁও মাৰোৱাৰী হস্পিতালৰ দাতব্য ঔষধালয়ৰ ১০৬সংখ্যক বাৰ্ষিক সাধাৰণ সভা দেওবাৰে মাৰোৱাৰী চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সভাত মাৰোৱাৰী হস্পিতালৰ কাৰ্যকৰী সমিতিৰ সদস্য , হস্পিতালখনৰ clinical আৰু non-clinical কৰ্মচাৰীসকলৰ লগতে অন্যান্য লোকসকলো উপস্থিত আছিল। চিকিৎসালয়খনৰ সভাপতি ৰমেশ গোয়েংকাই সভাখনৰ সভাপতিত্ব কৰে। তেওঁ ২০২১-২২ বৰ্ষৰ এক চমু কাৰ্যকলাপৰো এক খতিয়ান দাঙি ধৰে। ৰমেশ গোয়েংকাই সদস্য আৰু […]